মোৰ বিষয়ে

মই ,গীতাৰ্থ বৰদলৈ, চুটি-চাপৰ, অনুজ্জ্বল মুখৰ, সাধাৰণ চেহেৰাৰ এজন ল'ৰা! পেছাত চিকিত্‍সক; পিছে কিতাপ, সংগীত আৰু চলচ্চিত্ৰতহে মোৰ আগ্ৰহ বেছি। অসম চিকিৎসা মহাবিদ্যালয়ত MBBS পঢ়াৰ লগতে শৰীৰতত্ব (Physiology) বিভাগত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি এতিয়া ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কৰ্মৰত।

বাসস্থান: ন-আলি, যোৰহাট, অসম 
শিক্ষানুষ্ঠান: চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়, তেজপুৰ
                তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
                কটন মহাবিদ্যালয়
                অসম চিকিত্‍সা মহাবিদ্যালয়

ই-মেইল: gitartha.bordoloi@gmail.com